অসম

assam

By

Published : Feb 7, 2020, 6:29 PM IST

ETV Bharat / bharat

তিহাৰ কাৰাগাৰত এগৰাকী বন্দীৰ আত্মহত্যা

দিল্লীৰ তিহাৰ কাৰাগাৰত অগৰাকী 21 বছৰীয়া বন্দীয়ে শুকুৰবাৰে পুৱা শৌচালয়ত চিপ লৈ আত্মহত্যা কৰে ৷ ব্যক্তিজনক চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

তিহাৰ কাৰাগাৰ
তিহাৰ কাৰাগাৰ

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰীঃশুকুৰবাৰে পুৱা তিহাৰ কাৰাগাৰৰ এগৰাকী বিচাৰাধীন বন্দীয়ে, নিজকে শৌচালয়ৰ ভিতৰত বন্ধ কৰি চিপ লৈ, আত্মহত্যা কৰে বুলি এক তথ্য অনুসৰি জানিব পৰা গৈছে ৷ নিহত ব্যক্তিগৰাকীৰ নাম গগন (21) ৷ ব্যক্তিজন 3 নং কাৰাগাৰৰ বন্দী আছিল ৷ মৃত বন্দীজনক চুৰিৰ অভিযোগত গ্ৰপ্তাৰ কৰা হৈছিল বুলি কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক ঃদিল্লী কাৰ হাতত ?

ABOUT THE AUTHOR

...view details