নেশ্যনেল ডেস্ক, ২৭ এপ্ৰিলঃকৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা এটি ৩ মহীয়া শিশুক দেওবাৰে হাস্পতালৰ পৰা অব্যাহতি দিয়া হয় । ১২ এপ্ৰিলত হাস্পতাললৈ অনা শিশুটি আৰু শিশুটিৰ মাতৃ দুয়োৰে COVID-19ৰ পৰীক্ষা কৰোৱা হৈছিল যদিও, এই পৰীক্ষাত শিশুটিৰ মাতৃৰ ফলাফল নিগেটিভ আহে ৷ এই বিষয়ে উল্লেখ কৰে বাবা ৰাঘৱ দাস চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ গণেশ কুমাৰে ৷
উত্তৰ প্ৰদেশত সুস্থ হৈ উঠিছে কৰ'ণা ভাইৰাছত আক্ৰান্ত এটি 3 মহীয়া শিশু - Three-month-old boy recovers from COVID-19 in UP's Gorakhpur
১২ এপ্ৰিলত হাস্পতাললৈ অনা এটি 3 মহীয়া শিশুৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ দেওবাৰে শিশুটিক হাস্পতালৰ পৰা অব্যাহতি দিয়া হয় ।

কৰ'ণা ভাইৰাছত আক্ৰান্ত এটি 3 মহীয়া শিশু
তেওঁ উল্লেখ কৰা অনুসৰি এইয়া চিকিৎসক সকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল ৷ কিয়নো তেওঁলোকৰ চিন্তা কেৱল শিশুটিক আৰোগ্য কৰাই নহয়, শিশুটিৰ মাতৃকো এই ৰোগ সংক্ৰমণৰ পৰা বচাই ৰখাটো আছিল ৷
লগতে পঢ়কঃ78 টন Covid-সাহাৰ্য সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰিব ছিংগাপুৰে
Last Updated : Apr 27, 2020, 10:12 AM IST