- দিল্লীত বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা আইএচআইএচৰ
- দিল্লীৰ পূৰ্বে পৰীক্ষণৰ বাবে অনুৰূপ বিস্ফোৰণ অসমৰ দুধনৈৰ ৰাসস্থলীত কৰাৰ পৰিকল্পনা আছিল দলটোৰ
- দিল্লী আৰক্ষীৰ তৎপৰতাত আটক কৰা হৈছে আটাইকেইজন জেহাদী সদস্যক দিল্লীৰ উপ আৰক্ষী আয়ুক্ত প্ৰমোদ কুশৱাহে প্ৰকাশ কৰিছে এই তথ্য
- তিনিজন আটকাধীন জেহাদীৰ নাম হৈছে ইচলাম, ৰঞ্জিত আলী আৰু জামাল
- আটাইকেইজন অসমৰ গোলপাৰা জিলাৰ বাসিন্দা বুলি প্ৰকাশ দিল্লী আৰক্ষীৰ
দিল্লী উৰুওৱাৰ ভয়ংকৰ পৰিকল্পনা অসমৰ জেহাদীৰ! - Delhi Police Special Cell: The three arrested persons were from an ISIS inspired module and were planning to attack using an IED blast a local fair in Goalpara (Assam). They were planning to replicate it in Delhi.

দিল্লী আৰক্ষীৰ সংবাদমেল
16:39 November 25
দিল্লী আৰক্ষীৰ সংবাদমেল
16:38 November 25
উদ্ধাৰ হোৱা বিস্ফোৰক
16:38 November 25
আটকাধীন জেহাদী সদস্য
16:38 November 25
আটকাধীন জেহাদী সদস্য
16:38 November 25
আটকাধীন জেহাদী সদস্য
16:25 November 25
তিনিজন আটকাধীন জেহাদীৰ নাম হৈছে ইচলাম, ৰঞ্জিত আলী আৰু জামাল
Last Updated : Nov 25, 2019, 6:01 PM IST
TAGGED:
DCP Pramod Kushwaha