নিউজ ডেস্ক, 28 মাৰ্চঃঅৰুণাচল প্ৰদেশত 60 খন আসনৰ বাবে হ’ব লগা বিধানসভা নিৰ্বাচনৰ পূৰ্বেই তিনিখন আসনত বিনা প্ৰতিদ্বন্দিতাৰো জয় লাভ কৰে এগৰাকী প্ৰাৰ্থীয়ে৷ ফুৰপা শ্বেৰিঙ ডিৰাং সমষ্টিৰ পৰা জয়ী ঘোষিত হয় ৷ তেওঁৰ বিৰোধী প্ৰাৰ্থীজনে মনোনয়নপ্ৰত্যাহাৰ কৰাৰ ফলত তেওঁক জয়ী ঘোষণা কৰা হয় ৷ ইয়াৰ পূৰ্বে আ’ল(পূব) আৰু য়াচুলি দুয়োখন আসনত বি জে পিৰ প্ৰাৰ্থীজয়ী হয় ৷
অৰুণাচলত তৃতীয়জন বিজেপি সাংসদ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত - অৰুনাচল প্ৰদেশ
অৰুণাচলত গেৰুৱা দলৰ তৃতীয়টো সাফল্য
![অৰুণাচলত তৃতীয়জন বিজেপি সাংসদ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2830338-1063-f9bb033b-4362-456e-8467-828492ec3f9a.jpg)
অৰুণাচলত গেৰুৱা দলৰ তৃতিয়টো সাফল্য
বি জে পি’ৰ সাধাৰণসম্পাদক ৰাম মাধৱে টুইট যোগে এই কথা প্ৰকাশ কৰে ৷