নিউজ ডেস্ক,১০ জুনঃৰায়পুৰত বুধবাৰে ভাটা গাওঁৰ জলাশয়ত থকা পানীৰ টেংকি এটা বিষ্ফোৰণ কৰি ভাঙি পেলোৱা হয় । দিনৰ ১২ বজাত বিষ্ফোৰণ বিশেষজ্ঞ বি এছ গ্ৰেবালৰ নেতৃত্বত সংঘটিত কৰা হয় এই প্ৰক্ৰিয়া ।
ৰায়পুৰত অব্যৱহৃত পানীৰ টেংকি বিষ্ফোৰণ প্ৰশাসনৰ - jaipur water tank
ভাটা গাঁওৰ জলাশয়ত থকা পানী টেংকি বিষ্ফোৰণ কৰি ভাঙি পেলোৱা হল বুধবাৰে ।
![ৰায়পুৰত অব্যৱহৃত পানীৰ টেংকি বিষ্ফোৰণ প্ৰশাসনৰ the-dilapidated-water-tank-in-raipur-was-destroyed-by-explosives](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-08:04-cg-rpr-breaking-7208443-10062020123822-1006f-00801-925.jpg)
ৰায়পুৰত অব্যবহিত পানীৰ টেংকি বিষ্ফোৰণ
দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ পৰি থকাৰ বাবেই পানীৰ টেংকিটো বিষ্ফোৰণ কৰি ভাঙি পেলোৱা হয় বুলি জানিব পৰা গৈছে ।
ৰায়পুৰত অব্যৱহৃত পানীৰ টেংকি বিষ্ফোৰণ প্ৰশাসনৰ