অসম

assam

ETV Bharat / bharat

26 মে'ত দেশৰ কেইবাখনো ৰাজ্যত তাপমানৰ সৰ্বোচ্চ মাত্ৰা স্পৰ্শ - temperatures in various states likely to persist till may 27

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলে জনায় যে, চুৰটত সোমবাৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 47.5 ডিগ্ৰী, প্ৰয়াগৰাজত 47.1 ডিগ্ৰী, নাগপুৰত 47 ডিগ্ৰী চেলছিয়াছ । এই তাপমাত্ৰা 27 মে'লৈকে একে থাকিব যদিও 28 মে'ৰ পৰা ধুমুহা, বৰষুণ ফলত কিছু পৰিমাণে হ্ৰাস পাব ।

temperatures in various states likely to persist till may 27 reduce from may 28
26 মে'ত দেশৰ কেইবাখনো ৰাজ্যত তাপমানৰ সৰ্বোচ্চ মাত্ৰা স্পৰ্শ

By

Published : May 26, 2020, 1:26 PM IST

Updated : May 26, 2020, 1:37 PM IST

নেশ্যনেল ডেক্স, 26 মেঃ সোমবাৰে দেশৰ কেইবাখনো ৰাজ্যত তাপমানে সৰ্বোচ্চ মাত্ৰা স্পৰ্শ কৰে । তাপমানৰ এই মাত্ৰা অহা 27 মে'লৈকে একে থাকিব যদিও 28 মে'ৰ পৰাহে কিছু পৰিমাণে হ্ৰাস পাব বুলি জনায় ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলে জনায় যে, চুৰটত সোমবাৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 47.5 ডিগ্ৰী, প্ৰয়াগৰাজত 47.1 ডিগ্ৰী, নাগপুৰত 47 ডিগ্ৰী চেলছিয়াছ । এই তাপমাত্ৰা 27 মে'লৈকে একে থাকিব যদিও 28 মে'ৰ পৰা ধুমুহা, বৰষুণ ফলত কিছু পৰিমাণে হ্ৰাস পাব । আনহাতে, জুনৰ প্ৰথম সপ্তাহতে কেৰেলাত বৰষুণ হোৱাৰ সম্ভাৱনা ।

এই বৰ্ষত বাৰিষা স্বাভাৱিক হ'ব বুলি ব্যক্ত কৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মুখ্য আঞ্চলিক বিষয়া ৰাজেন্দ্ৰ কুমাৰ জিনামনীয়ে । সমান্তৰালকৈ উত্তৰ ভৰতৰ পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী আদি ঠাইত 29 মে'ৰ পৰা বৰষুণ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক- গুৰুত্বপূৰ্ণ জাননী : ২৬ মে'ৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি

Last Updated : May 26, 2020, 1:37 PM IST

ABOUT THE AUTHOR

...view details