অসম

assam

ETV Bharat / bharat

তথ্য বিভ্ৰান্তিৰ অভিযোগত তেলেগু দেশম পাৰ্টিৰ নেতা প্ৰভাকৰ ৰেড্ডীক আটক - তেলেগু দেশম পাৰ্টিৰ নেতা প্ৰভাকৰ ৰেড্ডীক আটক

নেতা গৰাকীৰ লগতে তেখেতৰ পুত্ৰ জে চি আস্মিথ ৰেড্ডীকো আটক কৰিছে আৰক্ষীয়ে ৷

Telugu Desam ex-MLA JC Prabhakar Reddy arrested
তথ্য বিভ্ৰান্তিৰ অভিযোগত তেলেগু দেশম পাৰ্টিৰ নেতা প্ৰভাকৰ ৰেড্ডীক আটক

By

Published : Jun 13, 2020, 3:07 PM IST

নিউজ ডেস্ক ৰিপৰ্ট,13 জুন: তথ্য বিভ্ৰান্তি কৰাৰ অভিযোগত তেলেগু দেশম পাৰ্টিৰ নেতা তথা প্ৰাক্তন বিধায়ক জে চি প্ৰভাকৰ ৰেড্ডীক আটক ৷ শনিবাৰে হায়দৰাবাদৰ অনন্তপুৰ আৰক্ষীয়ে আটক কৰিছে নেতা গৰাকীক ৷ নেতা গৰাকীৰ লগতে তেখেতৰ পুত্ৰ জে চি আস্মিথ ৰেড্ডীকো আটক কৰিছে আৰক্ষীয়ে ৷

তথ্য বিভ্ৰান্তিৰ অভিযোগত তেলেগু দেশম পাৰ্টিৰ নেতা প্ৰভাকৰ ৰেড্ডীক আটক

উল্লেখ্য যে, BS-3 ইঞ্জিনৰ বাহন BS-4 বাহন হিচাপে পঞ্জীয়ন কৰাৰ অপৰাধত পিতা-পুত্ৰক আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ডেহৰাডুনত IMA ৰ পাছিং আউট পেৰেড সম্পন্ন

ABOUT THE AUTHOR

...view details