অসম

assam

By

Published : Apr 28, 2020, 12:07 AM IST

ETV Bharat / bharat

আগন্তুক কিছুদিনত কৰ'ণা মুক্ত হ'ব তেলেংগানাঃ কেচিআৰ

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওয়ে আগন্তুক কিছুদিনত তেলেংগানা মহামাৰী COVID-19ৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব বুলি সদৰী কৰে ।

তেলেংগানা
আগন্তুক কিছুদিনত কৰ'ণা মুক্ত হ'ব তেলেংগানাঃ কেচিআৰ

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ আগন্তুক কিছুদিন পাচত মহামাৰী COVID-19ৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব তেলেংগানা । সোমবাৰে মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাব বুলি আত্মবিশ্বাসৰে মন্তব্য কৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওয়ে ।

আগন্তুক কিছুদিনত কৰ'ণা মুক্ত হ'ব তেলেংগানাঃ কেচিআৰ

সোমবাৰে দেশৰ সকলো মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভিডিঅ' কনফাৰেন্সৰ পাচতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী এটলা ৰাজেন্দ্ৰ আৰু শীৰ্ষ বিষয়ববীয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে ৰাওয়ে ৷

আনহাতে, মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওয়ে অনুভৱ কৰিছে যে লকডাউন কঠোৰ কৰি তোলাৰ পৰিণামস্বৰূপেই আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে ।

তাৰোপৰি, বৰ্তমানেও দিল্লীৰ তাবলিগী জমাতত অংশগ্ৰহণ কৰি উভতি অহা ব্যক্তিসকলক চিনাক্ত কৰি পৰীক্ষা কৰাৰ ব্য়ৱস্থা চলি আছে বুলি মত প্ৰকাশ কৰে ৰাওয়ে ৷

ABOUT THE AUTHOR

...view details