অসম

assam

By

Published : Nov 2, 2020, 7:27 AM IST

ETV Bharat / bharat

কৃষক সহায় কৰা নাই,মধ্যভোগীকহে সমৰ্থন কৰি আছে: ডা:কে.লক্ষ্মণ

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰ শেখৰ ৰাওক সমালোচনা বিজেপি ও.বি.চি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ডা: কে. লক্ষ্মণৰ ৷ কে. চন্দ্ৰ শেখৰ ৰাওৱে বিতৰ্কিত কৃষি আইনৰ বিৰোধীতা কৰি কৃষক সহায় কৰা নাই,বৰং মধ্যভোগীকহে সমৰ্থন কৰিছে বুলি মন্তব্য় কৰে ৷

Telangana CM is supporting middlemen, not famers: BJP
কৃষক সহায় কৰা নাই,মধ্যভোগীকহে সমৰ্থন কৰি আছে:ডা:কে.লক্ষ্মণ

নেশ্য়নেলডেস্ক, 2 নৱেম্বৰ:ৰবিবাৰে বিজেপি ও.বি.চি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ডা: কে. লক্ষ্মণে কয় যে,তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰ শেখৰ ৰাওৱে বিতৰ্কিত কৃষি আইনৰ বিৰোধিতা কৰি কৃষক সহায় কৰা নাই,বৰং মধ্যভোগীকহে সমৰ্থন কৰিছে ৷ লগতে কয় যে, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰ শেখৰ ৰাওৱে "ৰেইঠু ৱেদিকা" নামৰ এক চৰকাৰী অনুষ্ঠান অনুষ্ঠিত কৰিছিল ৷ কিন্তু তেওঁ সেই চৰকাৰী অনুষ্ঠানটো ৰাজনৈতিক মঞ্চ সজাই দিলে ৷ চৰকাৰী অনুষ্ঠান অনুষ্ঠিত কৰি তেওঁ বিজেপিক আক্ৰমণ কৰিছে ৷ বিজেপিৰ প্ৰতি শংকিত হৈ হতাশাতেই প্ৰধান মন্ত্ৰী গৰাকীক সমালোচনা কৰিছে,কৃষি আইনৰ বিৰোধিতা কৰি তেওঁ কৃষক সহায় কৰা নাই,মধ্যভোগীকহে সমৰ্থন কৰি আছে বুলিও মন্তব্য় কৰে ৷

ABOUT THE AUTHOR

...view details