অসম

assam

ETV Bharat / bharat

বিদেশত ভাৰতীয় চাহ প্ৰচাৰৰ বাবে বিশেষ পদক্ষেপ - টি কাউঞ্চিল অফ ইণ্ডিয়া

কাউঞ্চিললে চাহ কোম্পানীসমূহৰ পৰা উৎপাদিত চাহৰ নমুনা সংগ্ৰহ কৰিব ৷ সংগ্ৰহ কৰা নমুনা সমূহ যদিহে এফএছএছএআই (Food Safety and Standards Authority of India)বিছৰা ধৰণৰ নহয় তেতিয়াহলে কোম্পানীৰ সমূহৰ বিৰুদ্ধ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে

বিদেশত ভাৰতীয় চাহ প্ৰচাৰৰ বাবে বিশেষ পদক্ষেপ

By

Published : Apr 29, 2019, 5:48 AM IST

বিদেশত ভাৰতীয় চাহ প্ৰচাৰৰ বাবে বিশেষ পদক্ষেপ

নিউজ ডেস্ক, 28 এপ্ৰিলঃ পুনৰ সক্ৰিয় হ'ব টি কাউঞ্চিল অফ ইণ্ডিয়া ৷ এক সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে টি কাউঞ্চিল অধ্যক্ষ অৰুণ ৰয়ে ৷ কাউঞ্চিললে চাহ কোম্পানীসমূহৰ পৰা উৎপাদিত চাহৰ নমুনা সংগ্ৰহ কৰিব ৷ সংগ্ৰহ কৰা নমুনা সমূহ যদিহে এফএছএছএআই (Food Safety and Standards Authority of India)বিছৰা ধৰণৰ নহয় তেতিয়াহলে কোম্পানীৰ সমূহৰ বিৰুদ্ধ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে ৷ আনহাতে, বিদেশত ভাৰতীয় চাহ প্ৰচাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে বুলিও মন্তব্য কৰে অৰুণ ৰয়ে ৷ বিদেশত ভাৰতৰ চাহৰ অধিক গুৰুত্ব বঢ়াবলৈ উন্নতমানৰ নমুনা পঠিয়াবলৈও আগ্ৰহী টি কাউঞ্চিল অফ ইণ্ডিয়া ৷ তাৰোপৰি আইআইএএম বাংগালুৰুৱে চাহৰ নমুনা সংগ কৰিবৰ বাবে অসমৰ যোৰহাটত এটি চাহ নিলাম কেন্দ্ৰ স্থাপন কৰাৰ কথা সদৰী কৰে ৷

ABOUT THE AUTHOR

...view details