অসম

assam

ETV Bharat / bharat

তামিলনাডুত সফলতাৰে 18 ৰোগীৰ দেহত সম্পন্ন প্লাজমা থেৰাপী

ৰাজীৱ গান্ধী সাধাৰণ চিকিৎসালয়ত সম্পন্ন কৰা হয় এই থেৰাপী ৷ এই প্লাজমা থেৰাপী সম্পন্ন কৰা হৈছে ভাৰতীয় চিকিৎসা গৱেষণা কেন্দ্ৰৰ নিয়ম অনুসৰি সম্পন্ন কৰা হয় এই চিকিৎসা ৷

তামিলনাডুত সফলতাৰে 18 ৰোগীৰ দেহত সম্পন্ন প্লাজমা থেৰাপী
তামিলনাডুত সফলতাৰে 18 ৰোগীৰ দেহত সম্পন্ন প্লাজমা থেৰাপী

By

Published : Jul 7, 2020, 6:27 AM IST

নিউজ ডেস্ক, 7 জুলাইঃতামিলনাডুত 18 গৰাকী COVID-19 আক্ৰান্ত ৰোগীৰ দেহত সফলতাৰে সম্পন্ন কৰা হৈছে প্লাজমা থেৰাপী ৷ ৰাজীৱ গান্ধী সাধাৰণ চিকিৎসালয়ত সম্পন্ন কৰা হয় এই থেৰাপী ৷

এই প্লাজমা থেৰাপী সম্পন্ন কৰা হৈছে ভাৰতীয় চিকিৎসা গৱেষণা কেন্দ্ৰৰ নিয়ম অনুসৰি সম্পন্ন কৰা হয় এই চিকিৎসা ৷ উল্লেখ্য যে, দিল্লীত যোৱা সপ্তাহৰ পৰাই আৰম্ভ কৰা হৈছিল প্লাজমা থেৰাপী ৷

যি সকল লোক কৰ'ণাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে তেনে লোকৰ পৰা তেজ সংগ্ৰহ কৰি প্লাজমা লোৱা হয় আৰু আক্ৰান্ত হৈ থকা ৰোগীৰ দেহত এই প্লাজমা সংস্থাপন কৰা হয় ৷

এই ক্ষেত্ৰত তামিলনাডুত 30 ৰ পৰা 50 বছৰৰ নিৰ্দিষ্ট স্বাস্থ্যৰ লোকে দান কৰে প্লাজমা ৷

লগতে পঢ়কঃ২০২১ চনত কংগ্ৰেছৰ নেতৃত্বত কা বিৰোধী শক্তিয়ে লাভ কৰিব এশ আসন:কোনে ক'লে?

ABOUT THE AUTHOR

...view details