নিউজ ডেস্ক, 8 মাৰ্চঃদেওবাৰেবাংগালুৰুৰ ডায়েৰী চাৰ্কোলৰ নিকতৱৰ্তি ঔদোগুৰীত সন্দেহজনক সামগ্ৰীৰ বিস্ফোৰণ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উক্ত বিস্ফোৰণৰ ফলত এজন লোক গুৰুতৰভাৱে আহত হয় ৷ ৰাসায়নিক বিক্ৰিয়াৰ ফলত বিস্ফোৰণটো হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে তদন্তকাৰী দল ৷ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে স্থানীয় আৰক্ষীয়ে ৷
বাংগালুৰুত সন্দেহজনক সামগ্ৰী বিস্ফোৰণঃ আহত 1 - বেংগালোৰৰ ঔদোগুৰীত সন্দেহজনক সামগ্ৰীৰ বিস্ফোৰণ
উক্ত বিস্ফোৰণৰ ফলত এজন লোক গুৰুতৰভাৱে আহত হয় ৷
![বাংগালুৰুত সন্দেহজনক সামগ্ৰী বিস্ফোৰণঃ আহত 1 সন্দেহজনক সামগ্ৰী বিস্ফোৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6340298-thumbnail-3x2-l.jpg)
সন্দেহজনক সামগ্ৰী বিস্ফোৰণ
সন্দেহজনক সামগ্ৰী বিস্ফোৰণ