নিউজ ডেস্ক, ১ মাৰ্চ : অৰগেনাইজেশ্বন অফ ইছলামিক কপাৰেচনত অংশগ্ৰহণৰ উদ্দেশ্যে আবু-ধাবিত উপস্থিত বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ। 'গেষ্ট অফ অনাৰ' হিচাপে উক্ত বৈঠকত অংশগ্ৰহণ কৰিব ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ।
আবু-ধাবিত উপস্থিত বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ
অৰগেনাইজেশ্বন অফ ইছলামিক কপাৰেচনত অংশগ্ৰহণৰ উদ্দেশ্যে আবু-ধাবিত উপস্থিত হৈছে বিদেশ মন্ত্ৰী গৰাকী।
etv bharat
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত বৈদেশিক মন্ত্ৰীৰ ৪৬ তম্ আলোচনাত সভাত সম্বোধন কৰিব ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে। সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা বিন জায়েদৰ আমন্ত্ৰণ অনুসৰি দেশখনত অৰগেনাইজেশ্বন অফ ইছলামিক কপাৰেচনৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে উপস্থিত হৈছে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ।