মুম্বাই, ১৫ জুন: সোমবাৰে পুৱা প্ৰকাশ পায় প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অভিনেতাগৰাকীৰ আত্মহত্যা কৰাৰ কথা স্পষ্ট হয় ।
মৰণোত্তৰ পৰীক্ষাত আত্মহত্যাৰ তথ্য স্পষ্ট - সুশান্ত সিং ৰাজপুত
মহাৰাষ্ট্ৰৰ বান্দ্ৰাস্থিত নিজা বাসগৃহত দেওবাৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ ৷
![মৰণোত্তৰ পৰীক্ষাত আত্মহত্যাৰ তথ্য স্পষ্ট Sushant Singh Rajput's post-mortem report confirms suicide](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11:38-7620653-696-7620653-1592196035853.jpg)
Sushant Singh Rajput's post-mortem report confirms suicide
মহাৰাষ্ট্ৰৰ বান্দ্ৰাস্থিত নিজা বাসগৃহত দেওবাৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত অভিনেতাগৰাকীৰ বাসগৃহটোৰ পৰিচাৰিকাই খবৰ দিয়ে আৰক্ষীক ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ ৷