অসম

assam

ETV Bharat / bharat

চূৰাটত বজাৰত ৰাহুল প্ৰিয়ংকা শাড়ী - ৰাহুল গান্ধী

চূৰাটৰ এগৰাকী ব্যৱসায়ীয়ে প্ৰস্তুত কৰিছে ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ আলোকচিত্ৰ আৰু কংগ্ৰেছৰ প্ৰতীক সম্বলিত শাড়ী ৷ শেহতীয়াকে তেওঁ লাভ কৰিছে ৮০০০ খন শাড়ীৰ অৰ্ডাৰ ৷ ব্যৱসায়ী গৰাকীয়ে 12000 খন এই ধৰনৰ শাড়ী প্ৰিণ্ট কৰাইছিল আৰু ইয়াৰে ৮০০০ খন ইতিমধ্যে বিক্ৰী হৈছে । বাকী থকা ৪০০০ খন তেওঁ নিজৰ দোকানতে ৰাখিব বুলি অৱগত কৰিছে গৌৰৱ শ্ৰীমলী নামৰ ব্যৱসায়ী জনে ৷

চূৰাটত বিক্ৰী ৰাহুল প্ৰিয়ংকা শাড়ী

By

Published : Mar 31, 2019, 11:05 AM IST

নিউজ ডেস্ক, 31 মাৰ্চ : শ্ৰীমালীয়ে জনোৱা মতে তেওঁ মহাৰাষ্ট্ৰ আৰু ৰাজাস্থানৰ পৰা ইতিমধ্যে অৰ্দাৰ পাইছে আৰু বেলেগ ৰাইজ্যৰ পৰাও তেওঁ অৰ্দাৰ পাব বুলি আশাবাদী ৷ বিমুদ্ৰাকৰণ আৰু জি এচ টি বলবৎ হোৱা পিচত কংগ্ৰেছৰ চৰকাৰ ক্ষমতালৈ আহিলে ভাল দিন আহিব বুলি আশাবাদী শ্ৰীমালী৷ শাড়ী খিনিয়ে তেওঁৰ তিনি চাৰি মাহৰ বাবে ব্যৱসায়ীক মোনাফা আদায় দিব বুলিও তেওঁ আশাবাদী ৷

ABOUT THE AUTHOR

...view details