অসম

assam

By

Published : Jun 5, 2020, 4:17 PM IST

ETV Bharat / bharat

প্ৰব্ৰজিত শ্ৰমিক সম্পৰ্কত উচ্চতম ন্যায়ালয়ত শুনানী আৰম্ভ

প্ৰব্ৰজিত শ্ৰমিক সকলৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ত শুনানী আৰম্ভ হৈছে । ৩ জুনৰ পৰা ৪২২৮ খন ৰে'লৰ চলাচল কৰা হৈছে ।

supreme-court-begins-hearing-on-migrant-laborers-issue
supreme-court-begins-hearing-on-migrant-laborers-issue

নিউজ ডেস্ক, ৫ জুন : লক্ ডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে বহু শ্ৰমিক । কিছু পৰিমাণে লক ডাউন শিথিল হোৱাৰ লগে-লগে নিজ-নিজ ৰাজ্যলৈ উভতি আহিব বিচাৰিছে শ্ৰমিকসকল । বিভিন্ন সেৱাৰ জৰিয়তে বহুটো শ্ৰমিকক নিজ-নিজ ৰাজ্যলৈ উভতাই অনা হৈছে যদিও বৰ্তমানে আবদ্ধ হৈ আছে বিভিন্ন ৰাজ্যত কৰ্মৰত শ্ৰমিক । ইতিমধ্যে প্ৰব্ৰজিত শ্ৰমিকসকলৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ত শুনানি প্ৰক্তিয়া আৰম্ভ হৈছে ।

প্ৰব্ৰজিত শ্ৰমিক সম্পৰ্কত উচ্চতম ন্যায়ালয়ত শুনানী আৰম্ভ

জেনেৰেল তুষাৰ মেহতাই আদালতক জনোৱা অনুসৰি,ইতিমধ্যে ৩ জুনৰ পৰা ৰে'ল সেৱাৰ জৰিয়তে শ্ৰমিকসকলক নিজ-নিজ ৰাজ্যলৈ পঠোৱা হৈছে। ভাৰতীয় ৰে'ল সেৱাৰ অধীনত ৪২২৮ খন ৰে'ল চলাচল কৰা হৈছে ।

লগতে পঢ়ক : চিৰাঙৰ বাসুগাঁৱত "মা কৰ'ণা পূজা"

ABOUT THE AUTHOR

...view details