অসম

assam

ETV Bharat / bharat

JEE পৰীহ্মাৰ্থী সকলৰ বাবে সুখবৰ - missed JEE (Advanced) due tp COVID-19

চলিত বৰ্ষত JEE ৰ পৰীহ্মাত অৱতীৰ্ণ হ'ব নোৱাৰা পৰীক্ষাৰ্থী সকলৰ বাবে সুখবৰ। এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা শিহ্মাৰ্থী সকলে ২০২১ ত দিব পাৰিব পৰীক্ষা।

Jee
Jee

By

Published : Oct 14, 2020, 9:05 PM IST

নিউজ ডেস্ক, ১৪অক্টোবৰঃমংগলবাৰে এক জৰুৰী বৈঠকত JEE ৰ এইবাৰৰ পৰীক্ষাত অৱতিৰ্ণ হ'ব নোৱাৰা পৰীক্ষাৰ্থী সকলৰ বাবে গ্ৰহণ কৰা হয় এক সিদ্ধান্ত । চলিত বৰ্ষত JEE ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা শিহ্মাৰ্থী সকলে আগন্তুক ২০২১ চনত বঢ়িব পাৰিব পৰীক্ষাত। পৰীক্ষাৰ্থী সকলে পৰীক্ষাৰ পূৰ্বে সম্পন্ন কৰিব লাগিব ক'ভিডৰ পৰীক্ষা ৷

JEE পৰীহ্মাৰ্থী সকলৰ বাবে সুখবৰ

উল্লেখ্য যে, প্ৰাৰ্থী সকলৰ একাংশই ক'ভিড-১৯ৰ ভয়াৱহতাৰ বাবে চলিত বৰ্ষৰ JEE ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাছিল ।যাৰ বাবে আগন্তুক বৰ্ষত এই বৰ্ষৰ প্ৰ-পত্ৰৰে অৱতিৰ্ণ হ’ব পাৰিব বুলি উল্লেখ কৰিলে Joint Admission Board চমুকৈ JAB য়ে ।

ABOUT THE AUTHOR

...view details