নিউজ ডেস্ক, 23 মাৰ্চ :মাৰাত্মক কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ নিমিত্তে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীয়ে আহ্বান জনোৱা 'জনতা কাৰ্ফিউ' শীৰ্ষক কাৰ্যসূচী সফল হোৱাৰ এদিন পাচত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্য চৰকাৰসমূহক লক্ ডাউনৰ সকলো নিয়মৰ সঠিক পালন সুনিশ্চিত কৰাৰ লগতে নাগৰিকসকলক এই বিষয়ক গম্ভীৰতাৰে ল‘বলৈ আহ্বান জনাবলৈ নিৰ্দেশ দিয়ে ৷
লক্ ডাউনৰ নিয়মাৱলীক গুৰুত্ব সহকাৰে ল‘বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ - জনতা কাৰ্ফিউ
লক্ ডাউনৰ নিয়মাৱলীক গুৰুত্বসহকাৰে ল‘বলৈ জনতাক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ ৰাজ্য চৰকাৰসমূহক লক্ ডাউনৰ সকলো নিয়মৰ সঠিক পালন সুনিশ্চিত কৰাৰ লগতে নাগৰিকসকলক এই বিষয়ক গুৰুত্বসহকাৰে ল‘বলৈ আহ্বান জনাবলৈ নিৰ্দেশ মোদীৰ ৷

State govts should ensure rules of lockdown are followed
লগতে পঢ়ক : নাটনি হোৱা নাই আমুলৰ দুগ্ধজাত সামগ্ৰী !