নিউজ ডেস্ক, ৯ মাৰ্চ : পাকিস্তানৰ যু্দ্ধবিৰতি উলংঘনমূলক গুলীবৰ্ষণত জম্মু-কাশ্মীৰত আহত বিশেষ আৰক্ষী বিষয়া (SPO)। ৰাজ্যখনৰ পুঞ্চ জিলাত পাকিস্তানে সংঘটিত কৰা গুলীবৰ্ষণত আহত হৈছে ভাৰতীয় আৰক্ষী বিষয়াগৰাকী।
পাকিস্তানৰ আক্ৰমণত আহত ভাৰতীয় আৰক্ষী - যুদ্ধবিৰতি উলংঘন
পুঞ্চ জিলাত পাকিস্তানে সংঘটিত কৰা গুলীবৰ্ষণত আহত হৈছে এগৰাকী ভাৰতীয় আৰক্ষী বিষয়া।
![পাকিস্তানৰ আক্ৰমণত আহত ভাৰতীয় আৰক্ষী](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2645628-853-263894fc-4ac5-4e19-86ab-c146c0f4ed33.jpg)
etv bharat
শুকুৰবাৰে সন্ধিয়া নিৰাপত্তাৰেখাৰ সমীপৰ চাহপুৰ আৰু কেৰণী চেক্টৰত পাকিস্তানে উলংঘন কৰে যুদ্ধবিৰতি। উচ্চ ক্ষমতাসম্পন্ন মৰ্টাজ আৰু বাৰুদেৰে ভাৰতীয় পক্ষক আক্ৰমণ কৰে চিৰবৈৰী পাকিস্তানে । ভাৰতীয় পক্ষয়ো এই আক্ৰমণৰ প্ৰত্যুত্তৰত সংঘটিত কৰে গুলীবৰ্ষণ।