নিউজ ডেস্ক, ১ মে': শুকুৰবাৰে সন্ধিয়া ৬ বজাত উৰিষ্যাৰ পৰা কেৰালালৈ ৰাওনা হয় এখন বিশেষ ৰে'ল । কেৰালাত থকা ১,২০০ গৰাকী প্ৰৱাসী শ্ৰমিকক উদ্ধাৰৰ বাবে ৰাওনা হয় ৰে'লখন ।
কেৰালাত আৱদ্ধ উৰিষ্যাৰ শ্ৰমিকক উদ্ধাৰৰ বাবে বিশেষ ৰে'ল - LOCKDOWN
উৰিষ্যাৰ পৰা কেৰালালৈ ৰাওনা বিশেষ ৰে'ল সেৱা । উৰিষ্যাৰ ভূৱনেশ্বৰৰ আলুভা ৰে'ল ষ্টেছনৰ পৰা শুকুৰবাৰে ৰাওনা হয় ৰে'লখন । উৰিষ্যাৰ প্ৰৱাসী শ্ৰমিকক গৃহৰাজ্যলৈ ওভতাই অনাৰ বাবেই প্ৰদান কৰা হয় এই বিশেষ ৰে'ল সেৱা ।
উৰিষ্যাৰ প্ৰৱাসী শ্ৰমিকক গৃহৰাজ্যলৈ ওভতাই অনাৰ বাবে চলাচল বিশেষ ৰে'ল
উৰিষ্যাৰ ভূৱনেশ্বৰৰ আলুভা ৰে'ল ষ্টেছনৰ পৰা শুকুৰবাৰে ৰাওনা হয় ৰে'লখন ।
কেৰালাৰ এৰ্নাকুলাম জিলাৰ প্ৰৱাসী শ্ৰমিক শিৱিৰত থকা নাগৰিকক গৃহৰাজ্য উৰিষ্যালৈ ঘূৰাই অনাৰ বাবেই লক ডাউনৰ মাজতে চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম অনুসৰি ৰে'লখন কেৰালালৈ ৰাওনা হয় ।