নিউজ ডেস্ক, ৯ জুন : লক্ ডাউনৰ সময়ছোৱাত বহু দৰিদ্ৰ তথা আৱদ্ধ প্ৰৱাসী শ্ৰমিকক ঘৰলৈ পঠিয়াই দেশজুৰি চৰ্চা লাভ কৰা অভিনেতা গৰাকীক শেহতীয়া ভাৱে মুম্বাইৰ বান্দ্ৰা ৰে'লৱে ষ্টেচনত প্ৰৱেশত বাধা দিয়া হয় বুলি বাতৰি পোহৰলৈ আহিছিল।
বান্দ্ৰা ৰেলৱে ষ্টেচনত প্ৰৱেশত বাধা দিয়া সন্দৰ্ভত কি ক'লে চনু চুডে? - Corona positive
লক্ ডাউনৰ সময়ছোৱাত বহু দৰিদ্ৰ তথা আৱদ্ধ প্ৰৱাসী শ্ৰমিকক ঘৰলৈ পঠিয়াই দেশজুৰি চৰ্চা লাভ কৰা অভিনেতা গৰাকীক শেহতীয়া ভাৱে মুম্বাইৰ বান্দ্ৰা ৰে'লৱে ষ্টেচনত প্ৰৱেশত বাধা দিয়া হয় বুলি বাতৰি পোহৰলৈ আহিছিল। আৱদ্ধ প্ৰবাসী শ্ৰমিকসকলক স্ব-গৃহলৈ পঠাবলৈ ট্ৰেইনৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনোৱাৰ কথাও টুইটত উল্লেখ কৰে।
sonu-sood-denied-entry-at-bandra-terminus-platform-actor-cleans-air
যাৰ পাছতে অভিনেতা চনুৱে টুইটাৰ যোগে এই অভিযোগ সম্পূৰ্ণ ভাৱে নসাৎ কৰে । আৰু সকলো নিৰ্দেশনাক পালন কৰাৰ লগতে সন্মান কৰো বুলিও মন্তব্য আগবঢ়ায়। তেওঁ মুম্বাইত আৱদ্ধ প্ৰবাসী শ্ৰমিকসকলক স্ব-গৃহলৈ পঠাবলৈ ট্ৰেইনৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনোৱাৰ কথাও টুইটত উল্লেখ কৰে।
লগতে পঢ়ক : স্পেইন-ইলেণ্ডক অতিক্ৰম কৰি শীৰ্ষ চতুৰ্থ স্থানলৈ অগ্ৰসৰ ভাৰত