অসম

assam

ETV Bharat / bharat

ক'ভিড-19 ত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী - কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

ক'ভিড-19 ত আক্ৰান্ত হ'ল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ৷ টুইটাৰৰ জৰিয়তে এই তথ্য নিজে প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

Smriti Irani tests positive for COVID-19
ক'ভিড-19 ত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

By

Published : Oct 28, 2020, 8:03 PM IST

নেশ্যনেল ডেস্ক, 28 অক্টোবৰ : বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে জনাই যে,তেওঁ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ সেয়েহে তেওঁৰ সংস্পৰ্শত অহা সকলোকে অতি সোনকালে ক'ভিড পৰীক্ষা কৰাবৰ বাবে আহ্বান জনায় ইৰাণীয়ে ৷

ইৰাণী টুইটাৰৰ জৰিয়তে কয়,"কোনো ঘোষণা কৰাৰ পূৰ্বে মোৰ শব্দৰ অভাৱ খুব কমেই হয়,কিন্তু মই সহজ ভাষাৰে ক'ব বিচাৰো যে মই ক'ভিডত আক্ৰান্ত হৈছো আৰু মোৰ সংস্পৰ্শলৈ অহা সকলোকে ক'ভিড পৰীক্ষা কৰাৰ আহ্বান জনাইছো ৷"

লগতে পঢ়ক :মাংগালুৰ এয়াৰপোৰ্টৰ পৰা জব্দ 32 লাখ মূল্যৰ সোণ

ABOUT THE AUTHOR

...view details