অসম

assam

ETV Bharat / bharat

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী - SARBANANDA SONOWAL

বিমানবন্দৰৰ পৰা পোনে পোনে মন্ত্ৰীগৰাকী ৰাওনা হয় গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ অতিথিশালালৈ ৷ অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিব স্মৃতি ইৰাণীয়ে ৷

ETV BHARAT

By

Published : Jun 11, 2019, 12:03 PM IST

গুৱাহাটীত, 11মে'

  • গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী
  • বৰঝাৰ বিমানবন্দৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী
    গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী
  • বিমানবন্দৰতে আদৰণি জনাই অসম চৰকাৰৰ প্ৰতিনিধি তথা বিজেপিৰ নেতা-কৰ্মীয়ে
  • বিমানবন্দৰৰ পৰা পোনে পোনে মন্ত্ৰীগৰাকী ৰাওনা হয় গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ অতিথিশালালৈ
  • অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিব মন্ত্ৰীগৰাকীয়ে

ABOUT THE AUTHOR

...view details