এটি 23 মহীয়া বিস্ময় বালক - WEST BENGAL
মাত ফুটু নুফটু হওঁতেই সৃষ্টি কৰিছে আলোড়নৰ, কি নাজানে এই কণমানিটোৱে ?
![এটি 23 মহীয়া বিস্ময় বালক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3864817-thumbnail-3x2-kids-1.jpg)
এটি 23 মহীয়া বিস্ময় বালক
আপুনি যি সোধে তাকে তপৰাই উত্তৰ দিব পাৰে মূহুৰ্ততে ৷ ভাৰতৰ নহয় সমগ্ৰ বিশ্বৰ কথা মূহুৰ্ততে ক'ব পাৰে শিশুটিৱে ৷ ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীৰ পৰা আৰম্ভ কৰি বিশ্বৰ 32 খন দেশৰ ৰাজধানীৰ নাম সলসলীয়াকৈ ক'ব পাৰে পশ্চিমবংগৰ ৰায়গঞ্জৰ এই 32 মহীয়া শিশুটিৱে ৷ চাওঁ আহক শিশুটিৰ এই বিষ্ময় প্ৰতিভা....
এটি 23 মহীয়া বিস্ময় বালক