অসম

assam

ETV Bharat / bharat

ছোনীয়া গান্ধীক সাক্ষাৎ পূৰ্বৰ ৰাজস্থানৰ ছয় বহুজন সমাজ পাৰ্টীৰ সদস্যৰ - অশোক গেহলট

সাম্প্ৰাদায়িক দলৰ বিৰুদ্ধে একগোটে যুঁজিবলৈ বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত কংগ্ৰেছত যোগদান কৰিছিল ৰাজস্থানৰ ছয় বহুজন সমাজ পাৰ্টীৰ সদস্যই ৷ শুকুৰবাৰে ছোনীয়া গান্ধীক সাক্ষাৎ বিধায়ক কেইগৰাকীৰ ৷ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সৈতে কাম কৰাৰ বাবে কংগ্ৰেছত অংশগ্ৰহণ ৷

ছোনীয়া গান্ধীক সাক্ষাৎ পূৰ্বৰ ৰাজস্থানৰ ছয় বহুজন সমাজ পাৰ্টীৰ সদস্যৰ
ছোনীয়া গান্ধীক সাক্ষাৎ পূৰ্বৰ ৰাজস্থানৰ ছয় বহুজন সমাজ পাৰ্টীৰ সদস্যৰ

By

Published : Jan 3, 2020, 3:30 PM IST

  • শুকুৰবাৰে ছোনীয়া গান্ধীক সাক্ষাৎ কৰে পূৰ্বৰ ৰাজস্থানৰ ছয় বহুজন সমাজ পাৰ্টীৰ বিধায়কে
  • সাম্প্ৰাদায়িক দলৰ বিৰুদ্ধে একগোটে যুঁজিবলৈ কংগ্ৰেছত যোগদান কৰিছিল বিধায়ক কেইগৰাকীয়ে
  • বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত কংগ্ৰেছত যোগদান কৰিছিল বহুজন সমাজ পাৰ্টীৰ ছয় বিধায়কে
  • এই ছয় বিধায়ক হৈছে ৰাজেন্দৰ গুড্ডু, জগেন্দৰ সিং আৱানা, ৱাজিব আলি, লাক্ষণ সিং মীনা, সন্দীপ যাদৱ আৰু দ্বীপচান্দ খেৰিয়া
  • সাম্প্ৰাদায়িক দলৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰী অশোক গেহলটৰ সৈতে কৰ্ম কৰাৰ উদ্দেশ্যে কংগ্ৰেছত যোগদান কৰিছিল বিধায়কগৰাকীয়ে

ABOUT THE AUTHOR

...view details