অসম

assam

ETV Bharat / bharat

AN-32 ধ্বংসস্তুপৰ পৰা 6টা মৃতদেহ,7টা মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ

বিমানখনৰ ব্লেক বক্স 9 জুনত উদ্ধাৰ হৈছিল যদিও ব্লেক বক্সটো ধ্বংস হৈছে ৷

AN-32 ধ্বংসস্তুপৰ পৰা 6টা মৃতদেহ, 7টা মৃতদেহৰ অবশিস্ত উদ্ধাৰ

By

Published : Jun 20, 2019, 3:35 PM IST

Updated : Jun 20, 2019, 3:41 PM IST

নিউজ ডেস্ক, 20 জুন: AN-32 ধ্বংসস্তুপৰ পৰা উদ্ধাৰ হল 6টা মৃতদেহ, 7 টা মৃতদেহৰ অৱশিষ্ট ৷ এই কথা বৃহস্পতিবাৰে জানিবলৈ দিয়ে উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷ বিমানখনৰ ব্লেক বক্স 9 জুনত উদ্ধাৰ হৈছিল যদিও ব্লেক বক্সটো ধ্বংস হৈছে ৷ দুৰ্ভগীয়া বিমানখন 3 জুনত নিৰুদ্দিষ্ট হোৱাৰ আঠ দিন পিছত আৰুণাচল প্ৰদেশৰ লিপুত 12000 ফুট উচ্চতাত Mi-17 হেলিকপ্তাৰে বিচাৰি উলিয়াইছিলে ৷

AN-32 ধ্বংসস্তুপৰ পৰা 6টা মৃতদেহ, 7টা মৃতদেহৰ অবশিস্ত উদ্ধাৰ
Last Updated : Jun 20, 2019, 3:41 PM IST

ABOUT THE AUTHOR

...view details