- সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ
- সপ্তদশ লোকসভাৰ এয়া প্ৰথম অধিৱেশন
- শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোডীৰ পৰা ৰাজনাথ সিং, অমিত শ্বাহলৈকে
- শপত গ্ৰহণৰ পাছতে নৰেন্দ্ৰ মোডীৰ মন্তব্য
- বিৰোধীৰ পৰা সহযোগিতা আহ্বান
- "গণতন্ত্ৰত সক্ৰিয় বিৰোধীৰ প্ৰয়োজন"
- নৰেন্দ্ৰ মোডীৰ মন্তব্য
- এই অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপনৰ সম্ভাৱনা
বিৰোধীৰ পৰা সহযোগিতাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ - প্ৰথম অধিৱেশন
সোমবাৰৰ পৰা আৰম্ভ হৈছে সপ্তদশ লোকসভাৰ প্ৰথমখন অধিৱেশন ৷ শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোডীৰ পৰা ৰাজনাথ সিং, অমিত শ্বাহলৈকে ৷ আজি শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত সদস্যসকলে ৷

বিৰোধীৰ পৰা সহযোগিতাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
Last Updated : Jun 18, 2019, 10:54 AM IST