- 49 গৰাকী শিল্পী-বুদ্ধিজীৱীৰ বিৰুদ্ধে গোচৰ ৰুজু
- মুজাফ্ফৰপুৰ আদালতত 27 জুলাইত অধিবক্তা সুধিৰ কুমাৰ ওঝাই দাখিল কৰিলে এজাহাৰ
- দলিত সংখ্যালঘুক হত্যা-মাৰপিট বন্ধ কৰাৰ বাবে মোডীলৈ আবেদন কৰিছিল 49 গৰাকী শিল্পী-বুদ্ধিজীৱীয়ে
- তেওঁ উল্লেখ কৰা অনুসৰি এই আবেদনৰ জৰিয়তে জাতিৰ ভাৱমুৰ্তি নষ্ট কৰা তথা সাম্প্ৰদায়িক হিংসা বৃদ্ধিৰ অভিপ্ৰায় কৰিছে এইসকলে
- ৰামচন্দ্ৰ গুহ, ডাঃ বিনায়ক সেন, সৌমিত্ৰ চেটাৰ্জীকে ধৰি মুঠ 49 গৰাকী শিল্পী-বুদ্ধিজীৱীয়ে মোডীলৈ প্ৰেৰণ কৰিছিল এই আবেদন
49 গৰাকী শিল্পী-বুদ্ধিজীৱীৰ বিৰুদ্ধে ওলাই আহিল অধিবক্তা - Bihar News
অধিবক্তা সুধিৰ কুমাৰ ওঝাই 49 গৰাকী শিল্পী-বুদ্ধিজীৱীৰ বিৰুদ্ধে 27 তাৰিখে গোচৰ ৰুজু কৰে ৷ দলিত সংখ্যালঘুক হত্যা-মাৰপিট বন্ধ কৰাৰ বাবে মোডীলৈ আবেদন কৰিছিল 49 গৰাকী শিল্পী-বুদ্ধিজীৱীয়ে
49 গৰাকী শিল্পী-বুদ্ধিজীৱীৰ বিৰুদ্ধে ওলাই আহিল অধিবক্তা