নিউজ ডেস্ক, ১১ জুলাইঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰিছে মহামাৰী কৰ'ণা ভাইৰাছে । ইয়াৰ মাজতে হাউছটন বিশ্ববিদ্যালয়ে গৱেষকসকলে প্ৰস্তুত কৰি উলিয়াইছে এটা এয়াৰ ফিল্টাৰৰ । য'ত মহামাৰী COVID-19 ভাইৰাছক বন্দী কৰাৰ লগতে এই ভাইৰাছক তাৎক্ষণিকভাৱে নিহত কৰিব পাৰে সদৰি কৰে গৱেষকসকলে। লগতে লগতে এই ফিল্টাৰে COVID-19ৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে বিমান প্ৰতিষ্ঠান আৰু বিমান সমূহৰ লগতে বিভিন্ন কাৰ্যালয়, বিদ্যালয় লগতে ক্ৰুজ জাহাজতো ব্যৱহাৰৰ উপযোগী বুলি সদৰি কৰে ।
"catch and kill" নামৰ এই ফিল্টাৰটো হিউষ্টনভিত্তিক মেডিকল ৰিয়েল এষ্টেত ডেভেলপমেণ্ট ফাৰ্মৰ মেজিষ্ট্ৰেৰত মনজাৰ জীফে হৌৰানিৰ সৈতে টেক্সাছ চেণ্টাৰৰ পৰিচালক জাইফেং ৰেনে ডিজাইন কৰে বুলি জানিবলৈ দিয়ে ।