অসম

assam

ETV Bharat / bharat

বিদ্যালয়ৰ মাচুল আৰু বিদ্যুতৰ বিল ৰেহাই দিয়াৰ দাবী পাপ্পু যাদৱৰ - কোভিড ১৯

পাপ্পু যাদবে বিহাৰ চৰকাৰক দাবী জনাই যে, ৰাজ্য চৰকাৰখনে লক্ ডাউনৰ সময়ছোৱাত বিদ্যালয়ৰ মাচুল আৰু বিদ্যুতৰ বিল ৰেহাই দিব লাগে ।

বিহাৰত বিদ্যালয় মাচুল আৰু বিদ্যুতৰ বিল ৰেহাই  দিবলৈ দাবীঃ পাপ্পু যাদৱৰ
বিহাৰত বিদ্যালয় মাচুল আৰু বিদ্যুতৰ বিল ৰেহাই দিবলৈ দাবীঃ পাপ্পু যাদৱৰ

By

Published : Jun 14, 2020, 12:46 PM IST

নিউজ ডেস্ক,১৪জুনঃ জন অধিকাৰ দলৰ সভাপতি পাপ্পু যাদবে বিহাৰ চৰকাৰে লক ডাউনৰ সময়ছোৱাত বিদ্যালয় মাচুল আৰু বিদ্যুত বিভাগৰ বিল আদয় লোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিদ্যালয়প মাচুল আৰু বিদ্যুতৰ বিল ৰেহাই দিয়াৰ দাবী পাপ্পু যাদৱৰ

যি সময়তে সমগ্ৰ দেশতে লক ডাউন অব্যাহত আছে দোকান-পোহাৰ খােলিব পৰা নাই, সাধাৰণ শ্ৰেণীৰ মানুহে কাম কৰিব পৰা নাই সেই সময়তে চৰকাৰ খনে বিদ্যুতৰ বিল আৰু বিদ্যালয়ৰ মাচুল বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢকঃ জম্মু কাশ্মীৰত খাৱৈত পৰি মৃত্যু জোৱানৰ

ABOUT THE AUTHOR

...view details