অসম

assam

ETV Bharat / bharat

মাৰাঠীৰ সংৰক্ষণক প্ৰত্যাহ্বান : নিৰ্দেশ জাৰি কৰিব উচ্চতম ন্যায়ালয়ে - মাৰাঠা সম্প্ৰদায়

বুধবাৰে উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰত সামাজিক আৰু শৈক্ষিক দিশত মাৰাঠা সম্প্ৰদায়ৰ লোকৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত শুনানি গ্ৰহণ কৰে ।

নিৰ্দেশ জাৰি কৰিব উচ্চতম ন্যায়ালয়ে
মাৰাঠীৰ সংৰক্ষণক প্ৰত্যাহ্বান

By

Published : Jul 15, 2020, 8:55 PM IST

নিউজ ডেস্ক, ১৫ জুলাইঃ উচ্চতম ন্যায়ালয়ে বুধবাৰে মাৰাঠাসকলৰ শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ বিষয়ে উল্লেখ থকা মহাৰাষ্ট্ৰ আইন সম্পৰ্কত শুনানি গ্ৰহণ কৰিব ৷

বিচাৰপীঠ এল এন ৰাওৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে মুম্বাই উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান দিয়াৰ এখন আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে । য'ত মাৰাঠা সকলক সামাজিক আৰু শৈক্ষিকভাৱে পাচ পৰি থকা শ্ৰেণীৰ লোক আইনৰ অধীনত ১২-১৩ শতাংশ কোটা মঞ্জুৰ কৰা হৈছিল । উল্লেখ্য যে, সামাজিক আৰু শৈক্ষিক ৰূপৰ পশ্চাদপদ শ্ৰেণী আইন ২০১৮ আইনৰ অধীনত মহাৰাষ্ট্ৰত মাৰাঠা সম্প্ৰদায়ৰ সকলৰ চাকৰিৰ বাবে সংৰক্ষণ কৰে ।

লগতে পঢ়ক : গ্ৰন্থৰ ৰূপত প্ৰকাশ পাব চুনু চুডে প্ৰৱাসী শ্ৰমিকক কৰা সহায়ৰ কাহিনী

ABOUT THE AUTHOR

...view details