দিল্লী, 4 জুলাইঃ শীঘ্ৰে 6 টা ভাষাত উপলব্ধ হ'ব উচ্চতম ন্যায়ালয়ৰ শুনানি ৷ জুলাইৰ অন্তিমটো সপ্তাহত উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত উপলব্ধ হ’ব 6 টা ভাষাৰ শুনানিৰ অনুবাদ ৷
অসমীয়া ভাষাত উপলব্ধ হ'ব উচ্চতম ন্যায়ালয়ৰ শুনানি
সৰ্বমুঠ 6 টা ভাষাত শীঘ্ৰে উপলব্ধ হ'ব উচ্চতম ন্যায়ালয়ৰ শুনানি
অসমীয়া ভাষাত উপলব্ধ হ'ব উচ্চতম ন্যায়ালয়ৰ শুনানি
ৱেবচাইটত উপলব্ধ হ’বলগা ভাষা কেইটা ক্ৰমে হিন্দী, তেলেগু, অসমীয়া, কানাডা, মাৰাঠী আৰু ওড়িয়া ৷
2017 বৰ্ষত কোচীত অনুষ্ঠিত হোৱা এক কনফাৰেঞ্চত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উচ্চতম ন্যায়ালয়ৰ শুনানি বহুভাষিক কৰাৰ বিষয়টো উত্থাপন কৰিছিল ৷ ইয়াৰ জৰিয়তে non-english ভাষিক লোক লাভৱান হোৱাৰ বাবে এই প্ৰস্তাৱ আগবঢ়াইছিল ৰাষ্ট্ৰপতি কোবিন্দে ৷