অসম

assam

ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ গণ অপৰাধ বিৰোধী আইন জাৰি

2018 চনৰ জুলাই মাহতে উচ্চতম ন্যায়ালয়ে গণ অপৰাধ ৰোধ কৰি জনসচেতনতা বৃদ্ধি কৰাৰ বাবে এখন 11 দফীয়া আদেশ জাৰি কৰে ৷ এই আদেশ অনুসৰি প্ৰত্যেকখন জিলাত একোজন জেষ্ঠ আৰক্ষী বিষয়া নিয়োগ কৰাৰ লগতে যি ঠাইত গণ প্ৰহাৰৰ দৰে ঘটনা অধিক সংঘটিত হয় সেই ঠাই চিনাক্ত কৰি উক্ত ঠাইত শীঘ্ৰে আৰক্ষী বিষয়া নিয়োগ কৰা হ'ব ৷

উচ্চতম ন্যায়ালয়

By

Published : Jul 26, 2019, 5:00 PM IST

নিউজ ডেস্ক, 26 জুলাইঃ দেশৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা গণ অপৰাধ সমূহৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, NHRC লগতে বহু কেইখন ৰাজ্য উত্তৰ প্ৰদেশ,ঝাৰখণ্ড,মধ্যপ্ৰদেশ,গুজৰাট,ৰাজস্থান,বিহাৰ, অসম আৰু দিল্লীলৈ গণ অপৰাধ বিৰোধী আইন জাৰি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷

উচ্চতম ন্যায়ালয়

2018 চনৰ জুলাই মাহতে উচ্চতম ন্যায়ালয়ে গণ অপৰাধ ৰোধ কৰি জনসচেতনতা বৃদ্ধি কৰাৰ বাবে এখন 11 দফীয়া আদেশ জাৰি কৰে ৷ এই আদেশ অনুসৰি প্ৰত্যেকখন জিলাত একোজন জেষ্ঠ আৰক্ষী বিষয়া নিয়োগ কৰাৰ লগতে যি ঠাইত গণ প্ৰহাৰৰ দৰে ঘটনা অধিক সংঘটিত হয় সেই ঠাই চিনাক্ত কৰি উক্ত ঠাইত শীঘ্ৰে আৰক্ষী বিষয়া নিয়োগ কৰা ৷

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে আইনখন জাৰি কৰি দেশত গণ অপৰাধ বিৰোধী 11 দফীয়া আদেশসমূহ প্ৰয়োগ হোৱা নাই বুলি দুৰ্নীতি বিৰোধী পৰিষদে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details