অসম

assam

ETV Bharat / bharat

ধৰ্ষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নতুন সমিতি গঠন - দুজনীয়া ন্যায়াধীশেৰে বিশেষ সমিতি গঠন

দেশজুৰি হোৱা ধৰ্ষণ কাণ্ডৰ সঠিক তদন্তৰ বাবে দুজনীয়া ন্যায়াধীশেৰে বিশেষ সমিতি গঠন উচ্চতম ন্যায়ালয়ৰ ৷

SC forms committee on expeditious disposal of rape cases across country
ধৰ্ষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নতুন সমিতি গঠন

By

Published : Dec 16, 2019, 9:09 PM IST

নতুন দিল্লী,16 ডিচেম্বৰঃসমগ্ৰ দেশতে ভয়ংকৰ ৰূপত সংঘটিত হৈ থকা ধৰ্ষণৰ বিৰুদ্ধে ন্যায়িক বিচাৰৰ বাবে উচ্চতম ন্যায়ালয়ে দুজন ন্যায়াধীশেৰে গঠিত এখন নতুন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উচ্চতম ন্যায়ালয়ৰ এক প্ৰশাসনিক সিদ্ধান্তত মুখ্য ন্যায়াধীশ এ.এচ বোবৰেই ন্যায়াধীশ সুভাষ ৰেড্ডী আৰু এম আৰ শ্বাহ মিলিত সমিতি গঠন কৰা হৈছে ৷ এই সিদ্ধান্ত সমগ্ৰ দেশত ধৰাবাহিকভাৱে সংঘটিত ধৰ্ষণ কাণ্ড তথা তেলাংগানাৰ দলবদ্ধ ধৰ্ষণৰ অভিযুক্তসকলক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিচত গ্ৰহণ কৰা হয় ৷

ABOUT THE AUTHOR

...view details