অসম

assam

By

Published : Jun 3, 2020, 6:54 PM IST

ETV Bharat / bharat

ভাৰতৰ নাম ইণ্ডিয়াৰ সলনি 'ভাৰত' ৰাখিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ

বুধবাৰে উচ্চতম ন্যায়ালয়ে এক আবেদনৰ ভিত্তিত 'ইণ্ডিয়া' নামটো 'ভাৰত' অথবা 'হিন্দুস্তান'লৈ ৰূপান্তৰিত কৰিবলৈ সংবিধানত সংশোধনৰ হেতু চৰকাৰলৈ অনুজ্ঞাপত্ৰ জাৰি কৰে । আদালতে আবেদনকাৰীক সংশ্লিষ্ট মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ নিৰ্দেশ আৰু এই সিদ্ধান্ত প্ৰতিনিধিত্বৰ সময়ত লোৱা হ'ব বুলি সদৰী কৰে ।

ভাৰতৰ নাম ইণ্ডিয়াৰ সলনি 'ভাৰত' ৰাখিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ
ভাৰতৰ নাম ইণ্ডিয়াৰ সলনি 'ভাৰত' ৰাখিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক,৩ জুন:উচ্চতম ন্যায়ালয়ে বুধবাৰে এক আবেদনৰ ভিত্তিত ‘ইণ্ডিয়া’নামটো ‘ভাৰত’ অথবা ‘হিন্দুস্তান’লৈ সলনি কৰিবলৈ চৰকাৰলৈ অনুজ্ঞাপত্ৰ জাৰি কৰে । আবেদনকাৰীক আদালতে আবেদনৰ এখন অনুলিপি সংশ্লিষ্ট মন্ত্ৰণালয়ৰ ওচৰত দাখিলৰ নিৰ্দেশ দিয়ে । এই দলিলখন দিল্লী নিবাসী ব্যক্তি এজনৰ দ্বাৰা দিয়া হৈছিল ।

ভাৰতৰ নাম ইণ্ডিয়াৰ সলনি 'ভাৰত' ৰাখিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ

উল্লেখ্য় যে, ১৯৪৮ চনৰ সংবিধানিক সভাত সংবিধানৰ ১নং অনুচ্ছেদটো সংশোধন কৰি ‘ইণ্ডিয়া’ নামটো সলনি কৰি ‘ভাৰত’ অথবা ‘হিন্দুস্তান’ ৰাখিবলৈ পক্ষ ৰখা হৈছিল । এই সময় হৈছে ভাৰতক প্ৰামাণিক নামেৰে নামাকৰণ কৰাৰ ।

লগতে পঢ়ক: লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত অব্যাহত ভূমিস্খলন

ABOUT THE AUTHOR

...view details