অসম

assam

ETV Bharat / bharat

দেশৰ সকলো স্বাস্থ্যকৰ্মীক সময়মতে বেতন দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশৰ সকলো ৰাজ্যৰ প্ৰতিনিধিক COVID-19ত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়োৱা চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলক সময়মতে বেতন দিয়াৰ উপৰিও কোৱাৰেণ্টাইনৰ সা-সুবিধা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ।

উচ্চতম ন্যায়ালয়
দেশৰ সকলো স্বাস্থ্যকৰ্মীক সময়মতে বেতন পৰিশোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

By

Published : Jun 17, 2020, 3:30 PM IST

নিউজ ডেস্ক, ১৭ জুনঃমহামাৰী COVID-19 প্ৰতিৰোধৰ বিৰুদ্ধে যুঁজ দি অহা প্ৰত্যকখন ৰাজ্যৰ চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলে সময়মতে বেতন লাভ কৰাৰ উপৰিও কোৱাৰেণ্টাইনৰ সময়ত সকলো সা-সুবিধা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ।

দেশৰ সকলো স্বাস্থ্যকৰ্মীক সময়মতে বেতন পৰিশোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ন্যায়াধীশ অশোক ভূষণ এছ কে কোল আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰে যে,কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ৰাজ্যৰ COVID-19ত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়োৱা চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলক সময়মতে বেতন দিয়াৰ উপৰিও কোৱাৰেণ্টাইনৰ সা-সুবিধা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে ।

১৮ জুনৰ ভিতৰত সকলো ৰাজ্যক কেন্দ্ৰীয় চৰকাৰে এই নিৰ্দেশ প্ৰদান কৰিবলৈও উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে ।

লগতে পঢ়কঃ অভিনেতা সুশান্ত সিং ৰাজপুটক 'সঁচা হিৰো' আখ্যা লেখক চাৰুদত্ত আচাৰ্যৰ

ABOUT THE AUTHOR

...view details