অসম

assam

ETV Bharat / bharat

পশ্চিম বংগত নাই বাক্ স্বাধীনতাঃ সৎপাল মহাৰাজৰ

অমিত শ্বাহৰ ওপৰত আক্ৰমণ আৰু বিজেপিৰ প্ৰতিখন ৰোড শ্ব’ত হিংসাত্মক ঘটনা হোৱাটো এক ৰাজনৈতিক চক্ৰান্ত ৷

পশ্চিম বংগত অমিত শ্বাহৰ ৰোড শ্ব’ত হোৱা হিংসাত্মক ঘটানাক নিন্দা সৎপাল মহাৰাজৰ

By

Published : May 16, 2019, 3:05 PM IST

নিউজ ডেস্ক, 16 মে’: বিজেপি নেতা সৎপাল মহাৰাজে পশ্চিম বংগত অমিত শ্বাহৰ ৰোড শ্ব’ত হোৱা হিংসাত্মক ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ এই ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দি তেওঁ কয় যে পশ্চিম বংগত এতিয়া বাক্ স্বাধীনতা নোহোৱা হৈছে ৷ তেওঁ লগতে কয় যে অমিত শ্বাহৰ ওপৰত আক্ৰমণ আৰু বিজেপিৰ প্ৰতিখন ৰোড শ্ব’ত হিংসাত্মক ঘটনা হোৱাটো এক ৰাজনৈতিক চক্ৰান্ত ৷ সমগ্ৰ দেশত এনে ঘটনা পশ্চিম বংগৰ বাহিৰে বেলেগ কোনো ৰাজ্যত নাই হোৱা বুলি তেওঁ উল্লেখ কৰে তেওঁ ৷

পশ্চিম বংগত অমিত শ্বাহৰ ৰোড শ্ব’ত হোৱা হিংসাত্মক ঘটানাক নিন্দা সৎপাল মহাৰাজৰ

ABOUT THE AUTHOR

...view details