অসম

assam

ETV Bharat / bharat

প্লেনেট লেবত উত্তৰ কোৰিয়াৰ উপগ্ৰহ চিত্ৰৰ পৰীক্ষণ - নিউক্লিয়াৰ

বৃহস্পতিবাৰে এক তথ্যত প্ৰকাশ কৰা মতে, উত্তৰ কোৰিয়াৰ উপগ্ৰহ চিত্ৰৰ জৰিয়তে দক্ষিণ কোৰিয়াত নিউক্লিয়াৰ থকা বুলি সন্দেহ কৰা হৈছে । প্লেনেট লেবলৈ প্ৰেৰণ কৰাৰ পিচতে Middlebury Institute of International Studies ৰ বিশেষজ্ঞ সকলৰ দ্বাৰা বিশ্লেষণ কৰা হৈছিল এই তথ্য ।

satellite-images-show-previously-undeclared-nkorean-facility
satellite-images-show-previously-undeclared-nkorean-facility

By

Published : Jul 10, 2020, 1:46 AM IST

নিউজ ডেস্ক, ৯ জুলাই : বৃহস্পতিবাৰে প্ৰকাশিত এক তথ্যত, উত্তৰ কোৰিয়াৰ উপগ্ৰহ চিত্ৰৰ জৰিয়তে দক্ষিণ কোৰিয়াত নিউক্লিয়াৰ থকা বুলি সন্দেহ কৰা হৈছে ।

উক্ত উপগ্ৰহ চিত্ৰসমূহ প্লেনেট লেবত প্ৰেৰণ কৰাৰ পিচতে Middlebury Institute of International Studies ৰ বিশেষজ্ঞ সকলৰ দ্বাৰা বিশ্লেষণ কৰা হৈছিল । Pyongyang ৰ ওচৰৰ Wollo-ri গাঁৱত সক্ৰিয় সুবিধা থকাৰ কথা পৰীক্ষণ প্ৰতিবেদনত প্ৰকাশ পাইছে । দেশখনৰ ৰাজধানী Yonhap News Agency ত প্ৰকাশ পাইছে এই তথ্য ।

লগতে পঢ়ক : নতুন ভূমি নীতিক লৈ উদ্যোগ মন্ত্ৰীৰ ওলোটা খৰ, ল'ব লাগিব অনুমতি পাটোৱাৰীৰ ঘোষণা

ABOUT THE AUTHOR

...view details