- দিল্লীত আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য
- "আমি কোনো ফৰমেটতেই নাগৰিকত্ব সংশোধনী আইন গ্ৰহণ নকৰোঁ"
- "আমি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো"
- "তোমালোকে যদি ষষ্ঠ অনুসূচী আৰু জনজাতীয় এলেকা 'কা'ৰ আওতাৰ পৰা বাহিৰত ৰাখিছা তেন্তে, ৰাজ্যৰ আন প্ৰান্তত কিয় প্ৰযোজ্য হ'ব 'কা' ?"
- "জেএন ইউত সংঘটিত হিংসাত্মক ঘটনাক আমি গৰিহণা দিছো"
- "কেন্দ্ৰীয় চৰকাৰে ঘটনাৰ ওপৰত প্ৰত্যুত্তৰ দিয়া উচিত "
- "দিল্লী আৰক্ষী যিহেতু গৃহ মন্ত্ৰণালয়ৰ অধীনত, তেনে ক্ষেত্ৰত অমিত শ্বাহ কিয় মনে মনে আছে "
- "ধৰ্মৰ আধাৰত চৰকাৰে দেশখনক বিভাজন কৰিব বিচাৰিছে "
- "প্ৰধানমন্ত্ৰী অসমলৈ গ'লে আমি প্ৰতিবাদ জনাম"
আমি কোনো ফৰমেটতেই নাগৰিকত্ব সংশোধনী আইন গ্ৰহণ নকৰোঁ - নাগৰিকত্ব সংশোধনী আইন
ধৰ্মৰ আধাৰত চৰকাৰে দেশখনক বিভাজন কৰিব বিচাৰিছে
14:47 January 07
"ধৰ্মৰ আধাৰত চৰকাৰে দেশখনক বিভাজন কৰিব বিচাৰিছে "
Last Updated : Jan 7, 2020, 4:07 PM IST
TAGGED:
নাগৰিকত্ব সংশোধনী আইন