নিউজ ডেস্ক, ১৭ জুনঃপ্ৰাক্তন দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ গেৰি কিছটেনে পুনৰ পুৰণি দিনৰ স্মৃতি ৰোম কৰে ভাৰতীয় ক্ৰিকেট দলৰ তত্বাৱধায়ক হিচাপে শচীন টেণ্ডুলকাৰৰ লগত। কিটছনে টেণ্ডুলকাৰে ২০০৭ চনত যি স্থানত বেটিং কৰিছিল সন্তুষ্ট নাছিল যি সময়ত বিশ্বকাপৰ বাবে ভাৰতে প্ৰস্তুতি চলাই আছিল । লগতে কিটছনে এজন ভাল তত্বাৱধায়ক হিচাপে অনুধাৱন কৰিব পাৰিছিল যে শচীনে যেতিয়া প্ৰয়োজন সেই সময়ত প্ৰতিয়োগিতা খন নিজৰ ফালে আনিব পাৰে ।
শচীনে ২০০৭ চনত নিজৰ বেটিং ক্ৰমক লৈ সন্তুষ্ট নাছিলঃ গেৰি কিটছন - শচীন টেনডুলকাৰ
কিটছনে শচীন টেণ্ডুলকাৰৰ বিষয়ে মন্তব্য কৰি কয় যে ২০০৭ চনত বেটিং ক্ৰম থিক নাছিল ৷
শচীনে ২০০৭ চনত নিজৰ বেটিং ক্ৰমক লৈ সন্ত্তষ্ট নাছিলঃ গেৰি কিটছন
২০০৭ চনৰ বিশ্ব কাপত শচীনে প্ৰথমে অপেনিং বেটছমেন জনে ৪ নং স্থানত বাংলাদেশৰ আৰু শ্ৰী লংকাৰ লগত বেটিং কৰিছিল । গতিকে এনে কেতবোৰ কাৰণৰ বাবেই শচীন টেণ্ডুলকাৰে ২০০৭ চনত নিজৰ বেটিংৰ স্থানক লৈ সন্তুষ্ট নাছিল বুলি কিটছনে উল্লেখ কৰে।
লগতে পঢকঃ পৰ্বতঝৰাত বাঘৰ আতংকঃ বাঘে ভক্ষণ কৰিছে ঘৰচীয়া জীৱ জন্তু