অসম

assam

ETV Bharat / bharat

পৰ্যটনৰ প্ৰচাৰৰ বাবে 2,500 কোটি টকা আৱন্টন : বিত্তমন্ত্ৰী - বাজেট 2020

2020-21 বিত্তবৰ্ষত পৰ্যটনৰ প্ৰচাৰৰ বাবে 2,500 কোটি টকা আৱন্টনৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৷

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
বাজেট 2020

By

Published : Feb 1, 2020, 4:03 PM IST

বিজনেছ ডেস্ক, 1 ফেব্ৰুৱাৰী : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে 2020-21 বিত্তবৰ্ষৰ পৰ্যটন বিভাগৰ প্ৰচাৰৰ বাবে 2,500 কোটি টকাৰ আৱন্টনৰ কথা ঘোষণা কৰিছে ৷

পৰ্যটনৰ প্ৰচাৰৰ বাবে 2,500 কোটি টকা আৱন্টন

বাজেটত পৰ্যটন বিভাগৰ বাবে কি কি বিশেষ ঘোষণা কৰা হৈছে -

* সাংস্কৃতিক মন্ত্ৰণালয়ৰ বাবে চৰকাৰৰ 3,150 কোটি টকা আৱন্টন
* ঝাৰখণ্ডৰ ৰাঁচীত স্থাপন কৰা হ'ব জনজাতীয় সংগ্ৰহালয়
* "2020-21 বৰ্ষত পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰৰ বাবে 2,500 কোটি টকা আৱন্টনৰ প্ৰস্তাৱ দিছো" - সীতাৰমণ
* সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত "ভাৰতীয় ঐতিহ্য আৰু সাংস্কৃতিক সংস্থা" নিৰ্মাণৰ কথা ঘোষণা
* পাঁচখনকৈ পুৰাতাত্বিক স্থানত সংগ্ৰহালয় স্থাপন- ৰাখীগড়ী, হস্তিনাপুৰ, শিৱসাগৰ, ঢোলাবীৰা আৰু আদিচানাল্লুৰ ৷

ABOUT THE AUTHOR

...view details