অসম

assam

By

Published : Nov 4, 2019, 11:49 AM IST

ETV Bharat / bharat

ৰোহটগ পাছঃ হিমাচলৰ এইমুহুৰ্তৰ সকলোতকৈ মনোমোহা পৰ্যটনস্থলী

গভীৰ তুষাৰপাতে আৱৰিলে হিমাচলৰ ৰোহটগ পাছ ৷ ইয়াৰ ফলত মনালী-ৰোহটগ-কিলং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিত প্ৰভাৱ পৰে ৷

হিমাচলত তুষাৰপাত

নেশ্বনেল ডেস্ক, 4 নৱেম্বৰ : হিমাচলৰ ৰোহটগ পাছ আৱৰিলে গভীৰ তুষাৰপাতে ৷ গভীৰ তুষাৰপাতৰ ফলত ৰোহটগ পাছৰ নান্দনিক দৃশ্য দেখিবলৈ অতি মনোমোহা হৈ পৰে ৷ তুষাৰপাতৰ ফলত মনালী-ৰোহটগ-কিলং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিতো প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷

ৰোহটগ পাছত গভীৰ তুষাৰপাত

ইয়াৰোপৰি, বহুসংখ্যক পৰ্যটকে তুষাৰপাতৰ দৃশ্য উপভোগৰ বাবে ৰোহটগ ভ্ৰমণ কৰাও দেখা যায় ৷ কিন্তু তুষাৰপাত অধিক হোৱাত গাড়ীৰ চকা পিছলি যায় সেয়েহে আৰক্ষী বিভাগে পৰ্যটকসকলক মাৰ্হি হৈ যাত্ৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ কোনো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা লাভ কৰি সতৰ্কতা অৱলম্বনৰ বাবে গুলাবা চেক পোষ্টলৈকে গাড়ীৰ চলাচল সীমাবদ্ধ ৰখা হয় ৷

ABOUT THE AUTHOR

...view details