অসম

assam

By

Published : Aug 3, 2020, 9:03 AM IST

ETV Bharat / bharat

অষ্ট্ৰেলিয়াৰ গ্লেন ম্যাকগ্ৰাথৰ সৈতে ভৱিষ্যতে খেলিবলৈ মন ৰোহিত শৰ্মাৰ

ভৱিষ্যতে সুযোগ পালে অষ্ট্ৰেলিয়াৰ গ্লেন ম্যাকগ্ৰাথৰ সৈতে খেলিব মন আছে বুলি মত প্ৰকাশ ভাৰতৰ সীমিত অভাৰৰ সহ-অধিনায়ক ৰোহিত শৰ্মাই ৷ এগৰাকী অনুৰাগীৰ প্ৰশ্ন উত্তৰত দেওবাৰে এইদৰে টুইটাৰযোগে মত প্ৰকাশ কৰে ৰোহিত শৰ্মাই ৷

ৰোহিত শৰ্মা
অষ্ট্ৰেলিয়াৰ গ্লেন ম্যাকগ্ৰাথৰ সৈতে ভৱিষ্যতে খেলিবলৈ মন ৰোহিত শৰ্মাৰ

নিউজ ডেস্ক, 3 আগষ্টঃ ভাৰতৰ সীমিত অভাৰৰ সহ-অধিনায়ক ৰোহিত শৰ্মাই ভৱিষ্যতে কোনো বলাৰ বিপক্ষে খেলাৰ সুযোগ লাভ কৰিলে অষ্ট্ৰেলিয়াৰ দুৰ্দান্ত গ্লেন ম্যাকগ্ৰাৰ সৈতে খেলিব বুলি মত প্ৰকাশ কৰে ৷

এগৰাকী অনুৰাগীয়ে ৰোহিত শৰ্মাক ভৱিষ্যতে খেলিবলৈ মন থকা এজন প্ৰাক্তন বলাৰক বাচনি কৰিবলৈ দিয়া পাচতে ৰোহিত শৰ্মাই গ্লেন ম্যাকগ্ৰাথৰ লগত খেলিবলৈ মন থকা বুলি টুইটযোগে মত প্ৰকাশ কৰে ৷

উল্লেখ্য যে,বিশ্বৰ ভিতৰত টেষ্ট ক্ৰিকেটৰ ম্যাকগ্ৰাথৰ 5নং বলাৰ যি সকলতকৈ অধিক উইকেট ল'বলৈ সক্ষম হৈছে ৷ ম্যাকগ্ৰাৰে 124 খন খেল মুঠ 563 টা উইকেট ল'বলৈ সক্ষম হৈছে ৷

লগতে পঢ়কঃ 10 নৱেম্বৰত অনুষ্ঠিত হ’ব ত্ৰয়োদশ আইপিএলৰ চূড়ান্ত মেচ

ABOUT THE AUTHOR

...view details