অসম

assam

ETV Bharat / bharat

সুশান্ত সিঙ ৰাজপুতৰ সৈতে ফটো শ্বেয়াৰ কৰি ট্ৰ'লৰ সন্মুখীন ৰিয়া চক্ৰৱৰ্তী

বলিউড অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে ইনষ্টাগ্ৰামত সুশান্ত সিং ৰাজপুতৰ সৈতে ফটো শ্বেয়াৰ কৰাৰ পাচতে ট্ৰ'লৰ সন্মুখীন হয় অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী । সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰায় ১ মাহ পাচত এনেদৰে ফটো শ্বেয়াৰ কৰা পাচতে সুশান্তৰ অনুৰাগীয়ে সমালোচনা কৰে ঘনিষ্ঠ বান্ধৱী ৰিয়াক ।

By

Published : Jul 15, 2020, 6:39 PM IST

 ৰিয়া চক্ৰৱৰ্তী
ৰিয়া চক্ৰৱৰ্তী

নিউজ ডেস্ক, ১৫ জুলাইঃ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ সৈতে থকা ছবি ইনষ্টাগামত পোষ্ট কৰাৰ পাচতে ট্ৰ'লৰ সন্মুখীন হৈছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী । বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্য়াৰ প্ৰায় ১ মাহ পাচত অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত ফটো পোষ্ট কৰাৰ বাবেই সমালোচনাৰ সন্মুখীন হৈছে সুশান্তৰ ঘনিষ্ঠ বান্ধবী ৰিয়া চক্ৰৱৰ্তী ।

আনহাতে, ফটোখনৰ লগত অভিনেত্ৰী ৰিয়াই লিখে যে,সুশান্তৰ অনুপস্থিতিয়ে তেখেতৰ হৃদয়ত এটি অপূৰণীয় ক্ষতি হৈ ৰ'ব । লগতে লিখে যে, সুশান্তক পুনৰ ঘূৰাই আনিবলৈ পথৰ সন্ধান কৰিব ।

সুশান্ত সিঙ ৰাজপুতৰ সৈতে ফটো শ্বেয়াৰ কৰি ট্ৰ'লৰ সন্মুখীন ৰিয়া চক্ৰৱৰ্তী

লগতে চাওকঃ অন্ধ্ৰ প্ৰদেশত ১০০ ফুট দ' কুৱাৰ পৰা জীৱন্তে উদ্ধাৰ সুৰাসক্ত ব্যক্তি

ABOUT THE AUTHOR

...view details