সলনি হ’ব "পাকিস্তান ৱালী গলী"ৰ নাম - গ্ৰেটাৰ নয়দা
"পাকিস্তান ৱালী গলী" আছে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত ৷ ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ত এই অঞ্চললৈ বহুলোক পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল ৷ তেতিয়াৰ পৰা এই অঞ্চল "পাকিস্তান ৱালী গলী" হিচাপে বিখ্যাত ৷
সলনী হ’ব "পাকিস্তান ৱালী গলী"ৰ নাম
গ্ৰেটাৰ নয়দা,31 জুলাই: "পাকিস্তান ৱালী গলী"ৰ বাসিন্দাসকলে বিছাৰিছে তেওঁলোক থকা অঞ্চলৰ নাম সলনি ৷ "পাকিস্তান ৱালী গলী" আছে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত ৷ ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ত এই অঞ্চললৈ বহু লোক পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল ৷ তেতিয়াৰ পৰা এই অঞ্চল "পাকিস্তান ৱালী গলী" হিচাপে বিখ্যাত ৷