হাইদৰাবাদ , 4 মে: চাৰমিনাৰৰ এটা অংশ হঠাতে খহি পৰাৰ পাচতে পুৰাত্তত্ব বিভাগে ঘোষণা কৰিলে চাৰমিনাৰৰ মেৰামতিৰ বিষয়ে ৷ বিভাগটোৱে ঘোষণা কৰা অনুসৰি অতি সোনকালে আৰম্ভ হ'ব প্ৰাচীন কৃতীচিহ্নটোৰ মেৰামতিৰ কাম ৷
লগতে পঢ়ক: ফেনীৰ প্ৰভাৱঃ প্ৰশাসনৰ জৰুৰী বৈঠক

পুৰাত্তত্ব বিভাগে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে আৰম্ভ কৰা হৈছে 428 বছৰীয়া চাৰমিনাৰৰ মেৰামতিৰ বাবে প্ৰাৰম্ভিক কাম-কাজ ৷ বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি প্ৰাচীন কৃতীচিহ্নটোৰ মেৰামতিৰ বাবে দুমাহ সময়ৰ প্ৰয়োজন হ'ব ৷
উল্লেখ যোগ্য যে , চাৰমিনাৰৰ এটা গম্বুজৰ প্লাষ্টাৰৰ সামান্য অংশ বুধবাৰে নিশা হঠাতে খহি পৰিছিল ৷