অসম

assam

ETV Bharat / bharat

আৰ বি আইৰ আৰ্থিক বজাৰ আৰু খুচুৰা অৰ্থ ব্যৱস্থাৰ পৰিৱৰ্তন - উপভোক্তা

ভাৰতীয় ৰিজাৰ্ভ বেংকে শনিবাৰে বিত্তীয় বজাৰ সন্দৰ্ভত খুচুৰা উপভোক্তাৰ সুৰক্ষাৰ বাবে এক দস্তাবেজ তৈয়াৰ কৰে । উক্ত দস্তাবেজখনৰ জৰিয়তে পাৰদৰ্শিতা বৃদ্ধি হৈ উপভোক্তাৰ বিনিময় সক্ষম কৰি তুলিব ।

rbi-modifies-framework-for-financial-market-infrastructure-retail-payment-system
rbi-modifies-framework-for-financial-market-infrastructure-retail-payment-system

By

Published : Jun 14, 2020, 7:45 PM IST

নিউজ ডেস্ক, ১৪ জুন :লক্ ডাউনৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে শনিবাৰে বিত্তীয় বজাৰ সন্দৰ্ভত খুচুৰা উপভোক্তাৰ সুৰক্ষাৰ বাবে এক দস্তাবেজ তৈয়াৰ কৰে ।

ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জনোৱা অনুসৰি, উক্ত দস্তাবেজখনৰ জৰিয়তে পাৰদৰ্শিতা বৃদ্ধি হৈ উপভোক্তাৰ বিনিময় সক্ষম কৰি তুলিব ।

দস্তাবেজ অনুসৰি, ৰিজাৰ্ভ বেংকৰ গতিবিধি আৰু নিৰীক্ষণ পূৰণ কৰিব । লগতে কেন্দ্ৰীয় বেংকৰ উপভোক্তাৰ প্ৰণালী সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰিব ।

আৰ বি আইৰ আৰ্থিক বজাৰ আৰু খুচুৰা অৰ্থ ব্যৱস্থাৰ পৰিবৰ্তন

ৰিজাৰ্ভ বেংকে বিত্তীয় বজাৰৰ প্ৰণালী সন্দৰ্ভত পৰ্যবেক্ষণ আৰম্ভ কৰিছিল আৰু ২০১৩ চনৰ জুন মাহত ৰিজাৰ্ভ বেংকে বিনিময় আৰু পৰ্যবেক্ষণ শীৰ্ষক এখন দস্তাবেজ প্ৰস্তত কৰিছিল । দস্তাবেজত সুযোগ তদাৰকিৰ কাৰ্যক্ষম আৰু তৎকালীন আৰ্থিক বজাৰৰ পৰিকাঠামোৰ মাজত সীমাবদ্ধ আছিল ।

লগতে পঢ়ক : জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details