জেটলিক সাক্ষাৎ ৰিৰ্জাভ বেংকৰ গৰ্ৱণৰ শক্তিকান্ত দাসৰ - finance minister
ভাৰতীয় ৰিৰ্জাভ বেংকৰ গৰ্ৱণৰ শক্তিকান্ত দাসে দেওবাৰে বিত্তমন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ কৰে ৷ এক টুইটযোগে এই কথা প্ৰকাশ কৰে গৰ্ৱণৰ শক্তিকান্ত দাসে
![জেটলিক সাক্ষাৎ ৰিৰ্জাভ বেংকৰ গৰ্ৱণৰ শক্তিকান্ত দাসৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3394312-thumbnail-3x2-rbi.jpg)
জেটলিক সাক্ষাৎ ৰিৰ্জাৱ বেংকৰ গৰ্ৱণৰ শক্তিকান্ত দাস
নিউজ ডেস্ক 27 মেঃ ভাৰতীয় ৰিৰ্জাভ বেংকৰ গৰ্ৱণৰ শক্তিকান্ত দাসে দেওবাৰে বিত্তমন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ কৰে ৷ শক্তিকান্ত দাসে টুইট কৰি এই সাক্ষাৎকাৰৰ কথা উল্লেখ কৰে ৷ গৰ্ৱনৰে সাক্ষাৎকাৰৰ ফটো টুইটাৰ যোগে প্ৰকাশ কৰি কয় যে," আজি সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ লগত এক সৌজন্যমূলক সাক্ষাৎকাৰ"৷
Last Updated : May 27, 2019, 3:40 PM IST