নেশ্যনেল ডেস্ক, 19 জানুৱাৰী : ৰাঁচীৰ এখন আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ জাৰি কৰিছে চমন ৷ 'মোদী চোৰ' মন্তব্যৰ বাবে আদালতত এক গোচৰ ৰুজু হোৱাৰ পাচতে ৰাহুল গান্ধীলৈ চমন জাৰি কৰা হয় ৷
যোৱা বছৰ মাৰ্চত এক নিৰ্বাচনী সমদলত ভাগ লোৱাৰ সময়ত ৰাহুল গান্ধীয়ে এই মন্তব্য আগবঢ়াইছিল ৷