ৰাঞ্চী, 24 জুনঃ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে চমন জাৰি ৰাঁচীৰ এক আদালতৰ ৷ আদালতৰ ন্যায়াধীশ বিপুল কুমাৰে সোমবাৰে জাৰি কৰে এই চমন ৷
ৰাহুল গান্ধীলৈ চমন জাৰি ৰাঁচী আদালতৰ - etv bharat
মোডীৰ চোৰ আখ্যা দিয়াৰ বাবে ৰাহুল গান্ধীলৈ চমন জাৰি

ৰাহুল গান্ধীলৈ চমন জাৰী ৰাঞ্চী আদালতৰ
দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদী দখল কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চোৰ বুলি আখ্যা কৰাৰ বাবে ৰুজু কৰা এক গোচৰৰ শুনানিত এই ৰায় আদালতৰ ৷ লগতে, আগন্তুক 3 জুলাইত ৰাহুল গান্ধীক নিজৰ সপক্ষে বক্তব্য আগবঢ়াবলৈও আদেশ দিয়ে আদালতে ৷